কেনেকৈ হেয়াৰ ট্রেঞ্চপ্লেন্ট ডক্টৰ আৰু ক্লিনিক বাছনি কৰা হয়?
- যদি আপুনি আমাৰ পৰিষেৱাটো ভাল পাইছে তেনেহলে অনুগ্রহ কৰি ইয়াত ক্লিক কৰি গুগল ৰিভিউত প্রকাশ কৰকঃ
- শ্রেষ্ঠ যন্ত্রানুষঙ্গঃ আৰোগ্যম হেয়াৰ ট্রেঞ্চপ্লেন্ট ক্লিনিক আটাতইকৈ ভাল উপলব্ধ যন্ত্রপাতি যেনে স্পষ্টতা আৰু সঠিকতাৰ বাবে 6X Heine Loupe, ভোঁতা টাইটানিয়াম পাঞ্চসমূহৰ দ্বাৰা ক্ষতি আৰু গ্রাফটৰ ট্রাঞ্চছেকচন, প্রক্রিয়াটোক উপযুক্ত মানৰ বনাবলৈ আৰু চুলি বহুউৱাৰ সময়ত ক্ষতিৰ পৰিমাণে যিমানখিনি সম্ভব কম কৰিবলৈ, প্রধান ওটি (OT) স্তৰক নির্বীজন কৰিবলৈ, সকলো যন্ত্রপাতিৰ ফামিগেচন আৰু অটোক্লেভিং ইত্যাদিবোৰ কৰিবলৈ ছৈ ইমপ্লেন্টার্ছ প্রক্রিয়াৰ ব্যৱহাৰ কৰে।
- আৰোগ্যম হেয়াৰ ট্রেঞ্চপ্লেন্ট ক্লিনিকে দৰ্মহাভুক্ত ব্যক্তিৰ বাবে 0% ইণ্টাৰেস্ট-ফ্রি কিস্তিৰ সুবিধা আগবঢ়াইছে। ইয়াৰ চর্তবোৰ হ’লঃ
- কিস্তিৰ সুবিধা মাথোন দৰ্মহাভুক্ত চৰকাৰী, আধা-চৰকাৰী নাইবা মাল্টি নেশ্বনেল সংস্থাত কাম কৰা ব্যক্তিৰ বাবেহে প্রযোজ্য।
- কিস্তিৰ সুবিধা ল’বলৈ হচপিটেলৰ সৈতে এখন আইনি চুক্তিত স্বাক্ষৰ কৰিব লাগিব। এই চুক্তিখন বাধ্যতামূলক আৰু ক্লিনিকে যিকোনো অনধিকাৰ প্রবেশৰ বাবে আইনি কার্য হাতত লোৱাৰ পূর্ণ অধিকাৰ আছে।
- প্রক্রিয়া আৰম্ভৰ আগদিনাখন কিস্তি পৰিশোধৰ বাবে আনুষ্ঠানিকতা পূৰণকল্পে ৰোগীক অৱশ্যই হচপিটেল পাবগৈ লাগিব।
- ৰোগীক অৱশ্যই আগৰ মাহৰ দৰ্মহাৰ চিলিপ দেখুৱাব লাগিব। সাধাৰণতে, মাহেকীয়া দৰ্মহা অৱশ্যই কিস্তিৰ টকাৰ তিনিগুণ হ’ব লাগিব।
- ৰোগীক অৱশ্যই যোৱা তিনিমাহৰ বেংকৰ স্টেটমেন্ট আৰু লগতে বেংকৰ সৈতে ভাল সম্পর্কৰ তথ্য জমা কৰিব লাগিব।
- মুঠ খৰচৰ আধাখিনি প্রক্রিয়া আৰম্ভৰ দিনাখন জমা কৰিব লাগিব আৰু বাকীথকা আধাখিনি তিনিটা সমান কিস্তিত জমা কৰিব লাগিব।
- তিনিটা পোস্ট ডেটেট আৰু বৈধ চেক অৱশিষ্ট তিনিটা কিস্তিৰ সৈতে জমা কৰিব লাগিব।
- পৰিচয় পত্রৰ ফটোকপি যেনে ড্রাইভিং লাইচেঞ্চ নাইবা পাচপ’র্ট আৰু চাকৰীৰ প্রমাণপত্র যেনে সংস্থাটোৰ আইডেন্টিটি কার্ড পেমেন্টৰ সময়ত জমা কৰিব লাগিব।
- বৈধ চেক জমা নকৰিলে কিস্তিৰ সুবিধা দিয়া নহ’ব।
- আৰোগ্যম হেয়াৰ ট্রাঞ্চপ্লেন্ট ক্লিনিক আটাইতকৈ ভাল যন্ত্রপাতি যেনেঃ 6X Heine loupes, Titanium Blunt punches, শ্রেষ্ঠ নির্বীজন আৰু অন্যান্য সঁজুলি ইত্যাদিৰ যোগান দি উন্নত গুণমান আগবঢ়ায়, যাৰ জৰিয়তে প্রাথমিক অৱস্থাতকৈও অৱশেষত কম খৰচত পৰিষেৱা দিয়ে।
