F.A.Q
নহয়। চুলি সৰা বা অন্য সমস্যাৰ চিকিৎসাও আমাৰ লগত আছে। যেতিয়া এজন লোকে আমাৰ লগত তেওঁৰ সমস্যাসমূহৰ বিষয়ে আলোচনা কৰিবলৈ আহে, তেতিয়া প্রথমে আমি তেওঁৰ চুলিৰ প্রধান সমস্যাবিলাক জানি বুজি লওঁ আৰু তাৰ উচিত চিকিৎসাৰ পথ নিৰূপন কৰো। ঔষধৰ দ্বাৰা বিভিন্ন চুলিৰ সমস্যাৰ পৰা উপশম পোৱা যায়। যিবোৰ সমস্যা দৰবৰ দ্বাৰাই চিকিৎসা কৰাৰ ৰাস্তা থাকে প্রথমতে দৰৱেই প্রয়োগ কৰা যায়। যেতিয়া চুলি সংৰোপন অতি প্রয়োজনীয় তেতিয়াহে চুলি সংৰোপন কৰা যায়।
FUE চিকিৎসা মাধ্যমত বিষ বা পীড়া একেবাৰে গৌণ বিষয়।
সমগ্র চিকিৎসা প্রক্রিয়াত সেই নির্দিষ্ট অংশ সজ্ঞাহীন কৰি লোৱা হয় আৰু বিষ অনুভৱ নহয়। পূর্বৰ strip method তকৈ FUEৰ বিষ অতি সামান্য আৰু ঔষধৰ দ্বাৰাই অতি কম সময়তে ইয়াক দূৰ কৰিব পাৰি। কিন্তু strip method ত কটা দাগ, চিলাইৰ দাগ থাকি যায় আৰু সহ্য কৰিব নোৱাৰা বিষেও দহিব। বিষনাশক ঔষধৰ ব্যৱহাৰো দীঘলীযাকৈ কৰিব লাগে।
চুলি সংৰোপনত হোৱা বিষৰ বিষয়ে জানিবলৈ ইয়াত চাওক
এই কৃত্রিম ব্যৱস্থাত খৰচৰ মাত্রাক লৈ সকলো ৰোগীয়েই চিন্তিত হয়। প্রত্যেকে জানিব বিচাৰে সমগ্র চিকিৎসা ব্যয় আৰম্ভণিৰ পৰা পিছলৈ উত্তম, আলপৈছান ধৰালৈকে ব্যয়ৰ পৰিমাণ কিমান হ'ব পাৰে। চুলি সংৰোপনত কেইবাটাও বিষয়ত খৰচ আহিব পাৰে। ষ্ট্রিপ মেথডতকৈ FUE মেথডত খৰচ বেছি। ডাউন তাউন হেয়াৰ ট্রেন্ষপ্লেণ্ট চেনটাৰে FUEৰ দ্বাৰা উত্তৰ পূর্বাঞ্চলৰ ৰোগীসকলক একেবাৰে কম খৰচতে এই চিকিৎসা প্রদানৰ প্রতিশ্রুতি ৰক্ষা কৰিছে।
চুলি সংৰোপনৰ খৰচৰ বিষয়ে অধিক জানিবলৈ এই কথাখিনি পঢ়ক
চুলি সংৰোপন এটা অতি সুৰক্ষিত ব্যৱস্থা। চুলিবোৰ ছালত থাকে আৰু সেয়ে ছালৰ আটাইতকৈ ওপৰৰ স্তৰটোতে এই পদ্ধতিটো প্রয়োগ কৰিব পাৰি। সেয়ে এই ব্যৱস্থাত বিশেষ ভয় খাব লগীয়া একো কথা নাথাকে। FUE পদ্ধতিটো আনকি Strip পদ্ধতিতকৈও নিৰাপদ। Strip পদ্ধতিত ছালৰ কিছু অংশ কাটি অনা হয় আৰু কটা অংশবোৰ চিলাই কৰিব লগা হয়। এই ব্যৱস্থাও নিৰাপদ যদিও ইয়াত কিছু পৰিমাণে ৰক্তক্ষৰণৰ সম্ভাৱনাৰ লগতে কটা ঘাঁৰ সংক্রমণ, দীর্ঘম্যাদী বিষৰ কাৰণ হোৱা স্নায়ৱীক আঘাত আদিৰো সম্ভাৱনা থাকে। FUE পদ্ধতিত এই ভয়বোৰ নাথাকে। বিশেষ এটুকুৰা কেশগুচ্ছ তুলি আনি য'ত দৰকাৰ হয় তাত সংৰোপন কৰা হয় in the new site – এই প্রক্রিয়াটোত কোনো ভয় নাথাকে।
ৰোগীৰ অৱস্থা সাপেক্ষে এই প্রয়োজনৰ ব্যতিক্রম আছে। ৰোগীজনক ভালকৈ পৰীক্ষা কৰাৰ পিছত এইটো নিৰূপন কৰা হয়। সৰহ সংখ্যক ৰোগীৰ ক্ষেত্রতে হাজাৰৰ পৰা দুই হাজাৰ পর্যন্ত চুলিৰ দৰকাৰ হয় আৰু আনহাতে যাৰ প্রথম চুলি সৰা আৰম্ভ হৈছে তেওঁৰ ক্ষেত্রত প্রাৰম্ভিক পর্যায়ত পাঁচশ চুলি ৰোপন কৰিলেই হয়। সম্পূর্ণ চুলি হেৰোৱা সকলে ২৫০০ৰ পৰা ৩৫০০ মান চুলি ৰোপন কৰিব পাৰে।
আপুনি ডাউন টাউন আৰোগ্যম হেয়াৰ ট্রিটমেণ্ট কেন্দ্রৰ লগত যোগাযোগ কৰি এই চিকিৎসা সম্পর্কত বিতং তথ্য লাভ কৰিব পাৰে।
আপুনি আপোনাৰ চুলি সংৰোপনৰ পিছদিনাৰ পৰাই নিজৰ কর্ম আৰম্ভ কৰিব পাৰিব। FUEৰ এইটো এটা বিশেষ সুবিধা। ইয়াত কোনো বৃহৎ লোকচানৰ আশংকা নাই আৰু ই বহু বেছি আৰামদায়ক। আপুনি দুই সপ্তাহ মানৰ কাৰণে এটা টুপি পিন্ধি থাকি আপোনাৰ চুলি ৰোপন কৰা অংশ আনৰ পৰা লুকুৱাই ৰাখিব পাৰে। এই দুসপ্তাহৰ পিছত আৰু টুপীৰ দৰকাৰ নাথাকে। ইয়াৰ ফলত আপোনাৰ কামত ব্যাঘাত জন্মাব পৰা কোনো বিষ বেদনাৰো আশংকা নাথাকে।
স্বাভাৱিকতে FUEৰ চুলি সংৰোপন প্রক্রিয়াৰ পিছত একো সমস্যা দেখা নাযায়। সাধাৰণভাৱে আন চিকিৎসাৰ পিছত ল'ব লগা সাধাৰণ সাৱধানতাখিনি ললেই হৈ যায়।
এই বিষয়ে অধিক জানিবলৈ আপুনি এই :পৃষ্ঠাটো চাওক
এয়া একেবাৰেই অমূলক চিন্তা। এয়া হৈছে সুৰক্ষিত অৱস্থানৰ পৰা চুলিৰ ব্যৱহাৰ কৰাৰ সৈতে জড়িত। চুলি পুনঃ ৰোপনত আপোনাৰ বংশগতিকভাৱে প্রাপ্ত চিৰস্থায়ী বা পূর্ণ সুৰক্ষিত অংশৰ ব্যৱহাৰ হয় আৰু সেয়ে এই চুলিৰ আয়ুস আপোনাৰ জীৱনৰ আয়ুসৰ সমান। (Look up here to see what the safe zone is.)
হয়, এই বাঢ়ন প্রক্রিয়া অতি স্বাভাৱিক। জন্মগত চুলিৰ দৰেই এই চুলিও স্বাভাৱিক গতিৰে বাঢ়ি থাকে।
Yes, the donor zone will have reduced density of hairs. But hair from here is taken in such a way that the reduced density is not appreciable. The safe zone has a thick density of hair. Only around one out of eight hairs is taken. This loss of density is not visible and after the procedure, no one will be able to make out that you have reduced hair in this part. Besides, since it is at the back of the head, the hairs growing down from the top cover up this area anyway.
পুৰণি প্রকৃত চুলি আৰু নতুনকৈ ৰোপন কৰা চুলিৰ মাজত কেতিয়াও সংঘাত নহয়। পুৰণি চুলিবোৰ একেধৰণেই সৰি থাকিব পাৰে। কিন্তু এইখিনি চুলি সৰা বন্ধ কৰিবৰ বাবে ডাক্টৰে আপোনাক দৰৱ দিব আৰু আপিনি তাৰ পৰা উপকাৰো পাব।
হয়, এয়া আপোনাৰ নিজস্ব চুলি। আপুনি বিচৰা ধৰণেই এই চুলিক আপুনি ফণিয়াব পাৰে, শেম্পু বা ৰং কৰিব পাৰে। এই ক্ষেত্রত আপোনাৰ পছন্দৰ শ্বেম্পু কৰাত বা ৰং কৰাত কোনো বাধা নাই। এইখিনি চুলিৰ বৰণো আপোনাৰ পুৰণি চুলিৰ দৰেই সমানে সলনি হ'ব।
উত্তৰ: হয়, পাৰি। খুৰোৱাৰ পিছত চুলিবোৰ পুনৰ গজিব। মূল সাৰ অংশ গভীৰভাৱে ৰোপন কৰা হয় আৰু ইহঁতক আপুনি আচল চুলিবোৰৰ দৰেই খুৰাব পাৰিব। ইহঁত পুনৰ গজি আহিব।
পুৰুষৰ চুলি সৰাটোক লক্ষণাত্মক কাৰণ বুলিয়ে কোৱা হয়। এয়া বংশগতিক কাৰণতো হ'ব পাৰে। হ'ৰমনেল বিসংগতিও ইয়াৰ কাৰক। Look up here for causes of hair loss
হয়, চুলি ৰোপনৰ আগত চুলি হেৰোৱাৰ কাৰণ সমূহৰ পৰীক্ষা চলাব লাগে। এই কাৰণতো জনাটো দৰকাৰ। এই বিষয়ে জানিবলৈ এই পৃষ্ঠাটো চাওক। তদুপৰি গোটেই সংৰোপন প্রক্রিয়াটো সুৰক্ষিত কৰিবৰ বাবেও কিছু পৰীক্ষা নিৰীক্ষাৰ দৰকাৰ হয়। এই বিষয়ে বিতং পৰামর্শ সংৰোপনৰ আগতেই দিয়া হয়। এই পৃষ্ঠাটো চাওক: এই পৃষ্ঠাটো চাওক:
নিশ্চয় পাৰে। মহিলাৰ দেহতো একে প্রক্রিয়াৰে চুলি সংৰোপন কৰি সফলতা পোৱা গৈছে। যিসকল মহিলাই ভাৱে যে তেওঁলোকৰ কপালখনৰ চুলিবোৰ ক্রমে নোহোৱা হৈ গৈছে, তেওঁলোকে এই অংশত কিছু চুলি ৰোপন কৰি ল'ব পাৰে আৰু আন কিছু মহিলাই বংশগতিক বা আন কোনো কাৰণত চুলি হেৰোৱালে একে পদ্ধতিৰে চুলি ৰোপন কৰি লোৱাত কোনো বাধা নাথাকে। ইয়াৰ ফলাফল পুৰুষ আৰু মহিলা এই দুয়োৰে ক্ষেত্রত একে। চুলি সংৰোপন কৰিবলৈ অহা ৰোগীসকলৰ পাঁচ শতাংশই মহিলা।
এই বিষয়ে বিতংকৈ জানিবলৈ চাওক
নোৱাৰি। চুলি সংৰোপন প্রক্রিয়াই এই ক্ষেত্রত সহায় কৰিব নোৱাৰে। এই সমস্যাক "এল'পেছিয়া এৰিটা" বোলা যায়। এইটো নিজে নিজে হোৱা এটা সমস্যা। শৰীৰৰ মূল এণ্টিবডি বিলাকে এই অঞ্চলৰ চুলিৰ মূল সাৰ অংশটোক সংক্রমণ কৰাৰ বাবে এই অংশটোৰ পৰা ক্রমে চুলি নোহোৱা হৈ যায়। এই অংশত সংৰোপন কৰি একো ফল পোৱা নাযায় বাবে এই অঞ্চলৰ চিকিৎসাৰ বাবে সংৰোপনৰ দিহা দিয়া নাযায়।
মেছোথেৰাপী প্রকৃততে চুলি সৰাৰ চিকিৎসা হিচাপে কৰিব লগা প্রকৃত ব্যৱস্থা নহয়। ইয়াৰ বৈঞ্জানিক ভিত্তি একেবাৰেই নাই। ইয়াৰ ওপৰত বিশেষ অধ্যয়নো চলোৱা হোৱা নাই। এনেয়ে পইচা খৰচ কৰাহে হয়। বিজ্ঞানে আনকি প্রমাণ কৰিছে যে এই প্রক্রিয়াই চুলিৰ বাঢ়ন বাধাগ্রস্তহে কৰে। মেছোথেৰাপীৰ বিষয়ে জানিবলৈ এই পৃষ্ঠাটো চাওক
উত্তৰ: নোৱাৰি। এজন মানুহৰ চুলি অইন এজনৰ তালুত ৰোপন কৰাটো অসম্ভৱ। দুজন ভিন্ন ব্যক্তিৰ দেহৰ প্রতিৰোধক ক্ষমতা বেলেগ বেলেগ হয় বাবেই এই কথা সম্ভৱ নহয়। ইয়াৰ দ্বাৰা যাৰ দেহত অইন লোকৰ চুলি সংৰোপন কৰা যায় তেওঁ বিভিন্ন ধৰণৰ অসুবিধা পাব পাৰে। কিডনী বা লিভাৰ সংৰোপনৰ ক্ষেত্রত এজন লোকৰ দেহত প্রতিৰোধ ক্ষমতা সন্তুলনকাৰী দৰৱৰ ব্যৱহাৰ কৰি এই সমস্যাৰ সৈতে মোকাবিলা কৰা যায়, কিন্তু চুলি সংৰোপনৰ ক্ষেত্রত এই কথা প্রযোজ্য নহয়।
আৰোগà§à¦¯à¦® চà§à¦²à¦¿ সংৰোপন কেনà§à¦¦à§à¦°à¦‡ à¦à¦œà¦¨ ৰোগীয়ে যাতে চà§à¦²à¦¿ সংৰোপনৰ জৰিয়তে উনà§à¦¨à¦¤ মানৰ ফলাফল লাঠকৰে তাৰ বাবে পরà§à¦¯à¦¾à¦¯à¦¼à¦•à§à¦°à¦®à§‡ সরà§à¦¬à¦¤à§‹à¦ªà§à¦°à¦•াৰৰ বà§à¦¯à§±à¦¸à§à¦¥à¦¾ গà§à¦°à¦¹à¦£ কৰে। সঠিক গà§à¦£à¦—ত মেইনটেইনাঞà§à¦šà§° চাবিকাঠিটো হ'ল পৰিমাপযোগà§à¦¯ উনà§à¦¨à¦¤ মানদণà§à¦¡à§° চিকিৎসা পদà§à¦§à¦¤à¦¿à§° পà§à¦°à¦¯à¦¼à§‹à¦— আৰৠনিরà§à¦¦à¦¿à¦·à§à¦Ÿ সময়ৰ অনà§à¦¤à§°à§‡ অনà§à¦¤à§°à§‡ লৈ থকা বিশেষ বà§à¦¯à§±à¦¸à§à¦¥à¦¾ তথা পৰামরà§à¦¶ সমূহ। ডাউন টাউন হসà§à¦ªà¦¿à¦Ÿà§‡à¦² à¦à¦–ন ISO 9001:2008 আৰৠNABHà§° দà§à¦¬à¦¾à§°à¦¾ সà§à¦¬à§€à¦•ৃত চিকিৎসালয়, যিয়ে উনà§à¦¨à¦¤ মানৰ চিকিৎসা পà§à¦°à¦¦à¦¾à¦¨à§° সৈতে কোনোদিনে আপোচ কৰা নাই। পরà§à¦¯à¦¾à¦¯à¦¼à¦•à§à¦°à¦®à§‡ ল'ব লগা বà§à¦¯à§±à¦¸à§à¦¥à¦¾ সমূহ হ'ল:
নিৰাপদ চিকিৎসা সà§à¦¨à¦¿à¦¶à§à¦šà¦¿à¦¤: ডাউন টাউন হসà§à¦ªà¦¿à¦Ÿà§‡à¦²à§° নিজা OT ত সজà§à¦žà¦¾à¦¨à¦¾à¦¶à¦• চিকিৎসক (anaesthesiologists) আৰৠচিকিৎসা সেৱা বিশেষজà§à¦ž (critical care specialists)à§° উপসà§à¦¥à¦¿à¦¤à¦¿à¦¤ à¦à¦‡ চিকিৎসা পà§à¦°à¦¦à¦¾à¦¨ কৰা হয়। সেয়েহে চà§à¦²à¦¿ সংৰোপন কৰা বà§à¦¯à¦•à§à¦¤à¦¿à¦¸à¦•লে অনà§à¦¯à¦¾à¦¨à§à¦¯ জটিল ৰোগৰ অসà§à¦¤à§à¦°à§‹à¦ªà¦šà¦¾à§° হোৱা, আনকি শৰীৰৰ আন অংগ সংৰোপন কৰা ৰোগীসকলৰ দৰেই সমানে গà§à§°à§à¦¤à§à¦¬ আৰৠসেৱা পায়।
Sterilisation নিশà§à¦šà¦¿à¦¤à¦¿: যিহেতৠগোটেই পà§à¦°à¦•à§à¦°à¦¿à¦¯à¦¼à¦¾à¦Ÿà§‹ নিজা OTত সমà§à¦ªà¦¨à§à¦¨ কৰা হয়, সেয়ে ইয়াত ৰোগীজন বিজাণà§à§° দà§à¦¬à¦¾à§°à¦¾ অকà§à¦°à¦¾à¦¨à§à¦¤ হোৱাৰ কোনো আশংকা নাথাকে। পà§à¦°à¦¤à¦¿ সপà§à¦¤à¦¾à¦¹à¦¤à§‡ fumigation বা গেছ পà§à¦°à¦¯à¦¼à§‹à¦—à§° জৰিয়তে আৰৠswab test বা বিজাণà§à§°à§‹à¦§à§€ সামগà§à¦°à§€ পà§à¦°à¦¯à¦¼à§‹à¦—à§° জৰিয়তে বিজাণৠনাশ কৰা হয়।
পাৰদরà§à¦¶à¦¿à¦¤à¦¾à§° গà§à¦£à¦¾à¦—à§à¦£ নিরà§à¦£à¦¯à¦¼: à¦à¦‡ পà§à¦°à¦•à§à¦°à¦¿à¦¯à¦¼à¦¾à¦¤ সংৰোপনৰ গতিবেগ আৰৠলেনদেনৰ অনà§à¦ªà¦¾à¦¤ আদি চোৱা যায় আৰৠপà§à¦°à¦¤à¦¿ ১০ টা অসà§à¦¤à§à¦°à§‹à¦ªà¦šà¦¾à§°à§° পিছত পà§à¦¨à¦°à§à¦¨à¦¿à§°à§€à¦•à§à¦·à¦£ কৰা যায়। আৰোগà§à¦¯à¦® চà§à¦²à¦¿ সংৰোপন কেনà§à¦¦à§à¦°à¦‡ à¦à¦‡ কà§à¦·à§‡à¦¤à§à¦°à¦¤ à¦à¦Ÿà¦¾ আনà§à¦¤à¦ƒà§°à¦¾à¦·à§à¦Ÿà§à¦°à§€à¦¯à¦¼ মান দখল কৰিছে। সঠিক সংগà§à¦°à¦¾à¦¹à¦• ঘনতà§à¦¬à§° বাবে Density stamps à§° বà§à¦¯à§±à¦¹à¦¾à§° আছে। চà§à¦²à¦¿à§° সঠিক সà§à¦¥à¦¾à¦¨ আৰৠকৌণিক দিশ আদি নিখà§à¦à¦Ÿà¦à¦¾à§±à§‡ পৰীকà§à¦·à¦¾ নিৰীকà§à¦·à¦¾à§° জৰিয়তে ইয়াত চিকিৎসা সমà§à¦ªà¦¨à§à¦¨ কৰা হয়।
শৰীৰৰ সময়: মানৱ দেহে পà§à¦°à¦¤à¦¿à¦—à§à¦šà§à¦› নতà§à¦¨ চà§à¦²à¦¿ গà§à¦°à¦¹à¦£ কৰি তাক শৰীৰৰ সৈতে খাপ খোৱাই লবৰ বাবে নিরà§à¦¦à¦¿à¦·à§à¦Ÿ à¦à¦• সময় লয়। আৰোগà§à¦¯à¦® চà§à¦²à¦¿ সংৰোপন কেনà§à¦¦à§à¦°à¦‡ কথাটোৰ পà§à¦°à¦¤à¦¿ অতি সà§à¦•à§à¦·à§à¦® দৃষà§à¦Ÿà¦¿ ৰাখে কিয়নো à¦à¦‡à¦Ÿà§‹à§±à§‡à¦‡ চà§à¦²à¦¿ সংৰোপনৰ অটাইতকে ডাঙৰ পà§à¦°à¦¤à§à¦¯à¦¾à¦¹à§à¦¬à¦¾à¦¨à¥¤ à¦à¦‡ সময়খিনি যাতে নূনà§à¦¯à¦¤à¦® হয় তাৰ পà§à¦°à¦¤à¦¿ আৰোগà§à¦¯à¦® চà§à¦²à¦¿ সংৰোপন কেনà§à¦¦à§à¦°à¦‡ চকৠৰাখেà§à¥¤ সেয়ে তেওà¦à¦²à§‹à¦•ে à¦à¦œà¦¨ বà§à¦¯à¦•à§à¦¤à¦¿à§° তালà§à¦¤ পà§à¦°à¦¥à¦®à§‡ কেৱল 1000 ডাল চà§à¦²à¦¿ সংৰোপন কৰি তাক পà§à¦¨à§° সংৰোপন কৰে। à¦à¦‡ কথাটোৰ জৰিয়তে শৰীৰৰ সময়টো à¦à¦˜à¦£à§à¦Ÿà¦¾à¦¤à¦•ৈ কম হোৱাটো সà§à¦¨à¦¿à¦¶à§à¦šà¦¿à¦¤ কৰে। à¦à¦‡à¦¯à¦¼à¦¾à¦‡ হৈছে à¦à¦‡ পà§à¦°à¦•à§à¦°à¦¿à¦¯à¦¼à¦¾à¦‡ ল'ব পৰা সকলোতকৈ কম সময়। আন বহৠকেনà§à¦¦à§à¦°à¦‡ à¦à¦‡ à¦à¦•ে পà§à¦°à¦•à§à¦°à¦¿à¦¯à¦¼à¦¾à§° বাবে সময় লয় ৪-à§« ঘণà§à¦Ÿà¦¾ বা ততোধিক। আমি à¦à¦‡ শৰীৰ সময়কলৈ গৌৰৱানà§à¦¬à¦¿à¦¤à¥¤ à¦à¦‡ পà§à¦°à¦•à§à¦°à¦¿à¦¯à¦¼à¦¾à¦¤ কিছৠসময় খৰচ হয় যদিও ইয়াৰ ফলাফল অতি চমৎকাৰ।
অসà§à¦¤à§à¦°à§‹à¦ªà¦šà¦¾à§°à§à¦¤à§à¦¤à§° কালচোৱা বা Follow Up পরà§à¦¯à¦¾à¦¯à¦¼à¦Ÿà§‹ আৰৠঅধিক পà§à¦°à¦¤à§à¦¯à¦¾à¦¹à§à¦¬à¦¾à¦¨ পূরà§à¦£ কিয়নো à¦à¦‡ পরà§à¦¯à¦¾à¦¯à¦¼à¦¤ à¦à¦œà¦¨ ৰোগীয়ে তেওà¦à§° চà§à¦²à¦¿à§° বৃদà§à¦§à¦¿ আৰৠবিকাশ সমà§à¦ªà¦°à§à¦•ে অনেক শংকা আৰৠউদà§à¦¬à§‡à¦—ত à¦à§‚গে। ড০ Pই. জে মজà§à¦®à¦¦à¦¾à§° à¦à¦‡ কà§à¦·à§‡à¦¤à§à¦°à¦¤ ৰোগীসকলৰ বাবে সদায়ে উপলবà§à¦§ হৈ আছে আৰৠকোনো ৰোগীয়ে তেওà¦à§° সৈতে বà§à¦¯à¦•à§à¦¤à¦¿à¦—তà¦à¦¾à§±à§‡ কথা পাতিবলৈ তেখেতৰ বà§à¦¯à¦•à§à¦¤à¦¿à¦—ত ফোন নামà§à¦¬à¦¾à§°à¦¤ যোগাযোগ কৰিব পাৰে।
নিবন্ধের তালিকা
- By Palash Mazumdar